অনাই বনাই ফুৰা মোহ Get link Facebook X Pinterest Email Other Apps - September 02, 2020 ৰাতিয়ে কথা জানে এন্ধাৰে নিজক সাবটে,চুব নোৱাৰা চাব নোৱাৰাএন্ধাৰত কিজানি জোনৰ ফুল ফুলেময়ূৰ ময়ুৰীয়ে নাচেহৃদয়ে উচুপি থাকেপ্ৰেমৰ মোহত ওৰে নিশাঅকলে অকলে কোনে কান্দে? ✍কুঁকি কল্পিতা বৰা Get link Facebook X Pinterest Email Other Apps Comments Kuldeep Dutta কুলদীপ দত্তSeptember 2, 2020 at 11:14 AMমনোমোহাReplyDeleteRepliesReplyUnknownSeptember 3, 2020 at 1:42 AM👌👌ReplyDeleteRepliesReplyAdd commentLoad more... Post a Comment
কাব্যবীথিকা শাৰদীয় সংখ্যা ২০২০ - October 30, 2020 ছাঁ (জীৱনৰ আকাশ) ফেচবুক গ্ৰুপৰ ঋতুকালীন কাব্যালোচনী দ্বিতীয় বছৰ, পঞ্চম সংখ্যা, Read more
কবি-কণ্ঠত - September 05, 2020 এৰি থৈ অহা দীঘলীয়া এটা বাট বুকুত মোৰ নীলাজি বনৰ আৰু তই অবুজ অভিমানি তেতিয়া তই তই হৈ উঠা নাছিলি আৰু মই মই হৈ উঠা নাছিলো কাঁইটীয়া সুবাস হাজাৰ পখিলাৰ মাজত আছিলো ফুলৰ সুবাসত উটি-ভাঢ়ি তই মনৰ খোবুলিত আছি লি এটা সপোন হৈ। গছকি ফেনেকি কৰিছিলো মনৰ পথাৰ বোকা কিমান যে বালো বাটকুৰি মিছাক সঁচা কৰিবলৈ সঁচাক সিঁছি দিবলৈ সুখবোৰক সজাবলৈ দুখবোৰক ঢাকি থবলৈ সঁচা জীৱনৰ চাকি গছি পোহৰাই তুলিবলৈ। ✍নাং ননী বৰুৱা গগৈ টেঙাখাত Read more
মনোমোহা
ReplyDelete👌👌
ReplyDelete